গাৰুখুন্দা পঞ্চায়ত অধীনত প্ৰায় ১৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ অত্যাধুনিক মথাউৰি নিৰ্মাণ কৰা হৈছে । অঞ্চলটোক বানৰ পৰা সুৰক্ষিত ৰাখিব বুলি আশা প্ৰকাশ ৰাইজৰ ।