বানে ধুই নিলে গীতিকবি পাৰ্বতি প্ৰসাদ বৰুৱাৰ সোণালীপাম ৷ বানত নষ্ট হ'ল গীতিকবিৰ বহু নথি-পত্ৰ, আচবাব ৷ বানত ৰক্ষা পৰিল গীতিকবিৰ হাৰমনিয়াম, পিয়ানো ৷