Surprise Me!

‘‘মোক ভীষ্ম বুলি কৈছে, গতিকে নিজে যেতিয়া ইচ্ছা কৰিম তেতিয়াহে যাম’’: হিতেন্দ্ৰনাথ গোস্বামী

2026-03-29 1 Dailymotion

যোৰহাটত এখন আকৰ্ষণীয় নিৰ্বাচনী যুঁজ হ’ব বুলি আশা কৰিছে সকলোৱে ৷ যোৰহাটত সমুখ সমৰত হিতেন্দ্ৰ নাথ গোস্বামী আৰু গৌৰৱ গগৈ ৷