Surprise Me!

ইউনিফৰ্ম চিভিল কোড আহি আছে, এয়া বিজেপিৰ ইস্তাহাৰ নহয়, অসমৰ বাবে 'মংগল পত্ৰ'হে : গোগামুখত ক'লে প্ৰধানমন্ত্ৰীয়ে

2026-04-01 0 Dailymotion

পঞ্চমবাৰৰ বাবে ধেমাজিত পদাৰ্পণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৷ এন ডি এৰ সাতগৰাকী প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই অসমীয়াতে ভাষণ আৰম্ভ, জনালে ৰঙালী বিহুৰ শুভেচ্ছা ৷