শিৱসাগৰ নগৰৰ দৌলমুখ চাৰিআলিত আক্ৰাছুৰ নেতা-কৰ্মীয়ে তীব্ৰ প্ৰতিবাদী কাৰ্য্য়সূচী পালন কৰি চৰকাৰী পক্ষক সকিয়নী দিয়ে ।