Surprise Me!

চৰকাৰে নিদিলে আঁজুৰি আনিব লাগিব অধিকাৰ: সৰুপথাৰৰ পৰা চাহ শ্ৰমিকক আহ্বান হেমন্ত ছোৰেনৰ

2026-04-02 2 Dailymotion

বৃহস্পতিবাৰে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনে সৰুপথাৰ সমষ্টিত ঝাৰখণ্ড মুক্তি মৰ্চাৰ প্ৰাৰ্থী চাহিল মুণ্ডাৰ হৈ চলালে নিৰ্বাচনী প্ৰচাৰ ৷