শুকুৰবাৰে নিৰ্বাচনী প্ৰচাৰৰ বাবে ধুবুৰীত উপস্থিত হয় আছাদুদ্দিন ওৱেইছি । ধুবুৰী সমষ্টিৰ এআইইউডিএফৰ প্ৰাৰ্থী বিধায়ক নজৰুল হকৰ হৈ তেওঁ নিৰ্বাচনী প্ৰচাৰ চলায় ।