জ্যেষ্ঠ কংগ্ৰেছ নেতা পৱন খেৰাৰ বিস্ফোৰণ । বাহাদুৰ দেশ কিন্তু দুৰ্বল প্ৰধানমন্ত্ৰী । অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক দেশৰ ভিতৰতে আটাইতকৈ দুৰ্নীতিগ্ৰস্ত আখ্যা ।