ডিব্ৰুগড়, চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ সমষ্টিসমূহক সামৰি মৰাণৰ প'ল' ক্লাৱৰ খেলপথাৰত অনুষ্ঠিত হ'ব প্ৰধানমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ সভা ।