পূৰ্বৰ নিৰ্বাচনতকৈ এইবাৰ অসমত অধিক সক্ৰিয়তা দেখা গৈছে মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছৰ ৷ উধাৰবন্দ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে তপন দাসে ।