Surprise Me!

প্ৰাৰ্থীক জানো আহক: উধাৰবন্দত কংগ্ৰেছ-বিজেপিক প্ৰত্যাহ্বান জনাব পাৰিবনে তৃণমূল কংগ্ৰেছৰ তাপস দাসে ?

2026-04-06 6 Dailymotion

পূৰ্বৰ নিৰ্বাচনতকৈ এইবাৰ অসমত অধিক সক্ৰিয়তা দেখা গৈছে মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছৰ ৷ উধাৰবন্দ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে তাপস দাসে ।