দুদিন ধৰি শাসক-বিৰোধী দুয়োপক্ষৰে ষ্টাৰ কেম্পেইনাৰে ভৰি পৰিছে লাহৰীঘাট সমষ্টি । হেলিকপ্টাৰৰ শব্দই আকাশ কঁপাইছে সমষ্টিটোত ৷