২৪০টা ভোটগ্ৰহণ কেন্দ্ৰত নগাঁৱত ১৫০০ৰো অধিক মহিলাই ভোটগ্ৰহণ কৰিব। শান্তিপূৰ্ণ ভোটগ্ৰহণৰ বাবে কঠোৰ জিলা প্ৰশাসন। ইটিভি ভাৰতৰ সৈতে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ বিশেষ সাক্ষাৎকাৰ...