অসমৰ ৰাজনীতিত নজিৰবিহীন ঘটনা : ভোটলৈ ১২ ঘণ্টাও নাই, কংগ্ৰেছক প্ৰৱঞ্চক-গাড্ডাৰ আখ্যা দি কংগ্ৰেছ প্ৰাৰ্থীৰ দলত্যাগ
2026-04-08 5 Dailymotion
যি সময়ত বিৰোধী ঐক্যই চৰকাৰ গঠন কৰিব বুলি কংগ্ৰেছে দাবী কৰি আহিছে সেই সময়তে নিজৰ প্ৰাৰ্থীকে গুৰুত্ব নিদিলে কংগ্ৰেছে ৷