এছিয়ান বক্সিং চেম্পিয়নশ্বিপ ২০২৬ত ব্ৰঞ্জৰ পদক লাভ কৰিলে অসমকন্যা লাভলীনা বৰগোহাঁয়ে । পদক লাভ কৰি লাভলীনাৰ প্ৰতিক্ৰিয়া ।