চৰাইদেউৰ সোণাৰিত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা । মৃতদেহ সৎকাৰৰ ২৪ ঘণ্টাৰ পাছতে মৃত বুলি সৎকাৰ কৰা যুৱক জীৱন্ত অৱস্থাত উভতি আহিল ঘৰলৈ ।