Surprise Me!

ৰেকৰ্ড গঢ়িলে ডিমা হাচাও জিলাৰ শিক্ষাৰ্থীয়ে, ৮৮.২৩ শতাংশ শিক্ষাৰ্থী উত্তীৰ্ণ

2026-04-10 1 Dailymotion

ঘোষণা কৰা হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ৷ বিগত বৰ্ষৰ ফলাফলৰ তুলনাত এইবাৰ উত্তীৰ্ণ ২ শতাংশৰো অধিক বুলি মন্তব্য শিক্ষামন্ত্ৰী ৷