Surprise Me!

গৰু বিহুত ব্যৱহাৰ কৰা 'মাখিয়তী' গছৰ সংৰক্ষণেৰে চৰ্চালৈ অহা জামুগুৰিহাটৰ বুলেন ভূঞাৰ সৈতে এখন্তেক

2026-04-11 2 Dailymotion

জামুগুৰিহাটৰ বুলেন ভূঞাৰ অভিনৱ পদক্ষেপ ৷ ২০ বছৰ ধৰি সংৰক্ষণ কৰিছে হেৰাই যাবলৈ ধৰা মাখিয়তী গছ ৷