১৩ গৰাকী প্ৰাৰ্থীক লগত লৈ কাজিৰঙাত ৰাইজৰ দলৰ নিৰ্বাচনী পৰ্যালোচনা সভা ৷ ভোটদানৰ বাবে অসমবাসীক কৃতজ্ঞতা প্ৰকাশ দলটোৰ সভাপতি অখিল গগৈৰ ৷