Surprise Me!

কুলশী নদীৰ ওপৰত নিৰ্মিত জলবিদ্য়ুৎ প্ৰকল্পই বিপদাপন্ন কৰিব শিহুৰ লগতে অন্য় জীৱকূল ! পৰিৱেশবিদৰ শংকা

2026-04-18 36 Dailymotion

ব্ৰহ্মপুত্ৰৰ দক্ষিণপাৰৰ উপনৈ কুলশীৰ উৎসৰ পৰা ৯৮ কিলোমিটাৰ দূৰত্বত অসম-মেঘালয় সীমান্তৰ ওচৰত ৫৫ মেগাৱাটৰ জলবিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা কৰিছে চৰকাৰে ।