Surprise Me!

৭৮ বছৰৰ পাছতো জৰাজীৰ্ণ পথ, নদীৰ ওপৰত থকা বাহৰ সাঁকোৱে জ্বলা-কলা খুৱাইছে জোনাইবাসীক

2026-06-09 1 Dailymotion

জোনাইত চৰকাৰী উন্নয়নৰ ফোপোলা স্বৰূপ ! স্বাধীনতাৰ ৭৮ বছৰৰ পাছতো নিৰ্মাণ নহ'ল এখন দলং ৷ ডিমৌ নদীৰ নামনি অংশত দলং নিৰ্মাণৰ দাবী স্থানীয় ৰাইজৰ ৷