৯ এপ্ৰিলত ভোটকেন্দ্ৰৰ পৰাই নিৰুদ্দেশ হৈছিল প'লিং বিষয়াৰ দায়িত্বত থকা শিক্ষকজন । কাজিৰঙাৰ সমীপৰ পাহাৰত নগ্ন অৱস্থাত শিক্ষকজনৰ মৃতদেহ উদ্ধাৰ ।