বৃহস্পতিবাৰে দিনৰ ২.৩০ বজাত যোৰহাটৰ এখন ব্যক্তিগত হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে বৰ্ষীয়ান সাংবাদিকগৰাকীয়ে । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৩ বছৰ ।