Surprise Me!

বিশ্ব গ্ৰন্থ দিৱস ২০২৬: ইয়াৰ ইতিবৃত্ত আৰু গুৰুত্ব

2026-04-23 0 Dailymotion

সমগ্ৰ বিশ্বৰ লগতে ভাৰততো উদযাপন কৰা হৈছে বিশ্ব গ্ৰন্থ দিৱস । অসমৰো বিভিন্ন স্থানৰ সমান্তৰালভাৱে সৰুপথাৰ মহাবিদ্যালয়ত গ্ৰন্থ দিৱস উপলক্ষে গ্ৰন্থ প্ৰদৰ্শন কাৰ্যসূচী ।