নলবাৰীৰ ৰেড হৰ্ণ নামৰ এটা বিতৰকৰ বিৰুদ্ধে গ্ৰাহকৰ প্ৰতিবাদ । চিলিণ্ডাৰৰ ক'লা বজাৰ চলোৱাৰ অভিযোগত অনুজ্ঞাপত্ৰ বাতিলৰ দাবী ৰাইজৰ ।