সুজিত নায়ক নামৰ এজন যুৱকে কাম দিয়াৰ প্ৰলোভন দেখুৱাই মানিক দাসক ব’মডিলাৰ ৰূপা লৈ যায় । কিন্তু তাৰ পিছৰে পৰা তেওঁৰ কোনো সন্ধান নাই ।