Surprise Me!

মহেন্দ্ৰ নাথ দত্তলৈ জ্য়েষ্ঠ অধিবক্তাৰ স্বীকৃতি, উত্তৰ-পূব বাৰ কাউঞ্চিলৰ সদস্য হিচাপে নিৰ্বাচিত আবুল হাচেম খন্দকাৰ

2026-04-28 3 Dailymotion

১৯৭৫ চনত যোৰহাটত ওকালতি আৰম্ভ কৰা অধিবক্তালৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্বীকৃতি । ইপিনে,পাঁচ ৰাজ্যৰ বাৰ কাউঞ্চিলৰ সদস্য হিচাপে নিৰ্বাচিত আবুল হাচেম খন্দকাৰ ।