অন্ধবিশ্বাসৰ বিৰুদ্ধে যুঁজ নে ৰহস্যৰ সন্ধান ? আহি আছে পৌৰাণিক শৈলীৰ হিন্দী ছবি ‘বাজিং খোৱাটাই’ ৷ ৮ মে’ত ছবিগৃহলৈ অসমীয়া শিল্পীৰে সমৃদ্ধ হিন্দী ছবিখন ৷