Surprise Me!

নৰ্মদা নদীত ডুবিল পৰ্যটক পৰিবাহী ক্ৰুজ ; ৭ জনৰ মৃতদেহ উদ্ধাৰ, নিৰুদ্দিষ্টৰ সন্ধানত অভিযান অব্যাহত

2026-04-30 1 Dailymotion

হঠাতে অহা এজাক ধুমুহাই প্ৰাণ ল’লে বহুজনৰ ৷ অভিযানকাৰী দলে ১৮ জন লোকক জীৱন্তে উদ্ধাৰ কৰি তাৎক্ষণিকভাৱে চিকিৎসালয়ত ভৰ্তি কৰায় ৷