তামুলপুৰ জিলাৰ দুয়োটা বিধানসভা সমষ্টিতে বিজয় ধ্বজা উৰুৱালে ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বাধীন এনডিএৰ প্ৰাৰ্থীয়ে । প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়া ।