জোনাইৰ পুৰণা জেলম গাঁৱৰ একাংশ খেতিয়কৰ পথাৰত নিতৌ হাতীৰ জাকে ধান, বাঁহনি, গোমধান আদিকে ধৰি বিঘাই বিঘাই খেতি নষ্ট কৰি আহিছে ।