Surprise Me!

জোনাইত প্ৰথমতো বানতে জলমগ্ন ১০ খনৰো অধিক গাঁও, কৃষিভূমি, বাটপথ

2026-06-04 1 Dailymotion

চিলে নদীৰ বাঢ়নি পানীত জলমগ্ন হৈ পৰিছে ওৰাংচুক, মালভোগ, মালভোগ শান্তিপুৰ, ৰাভা কাতনি, সোণোৱাল কাতনি, হাজং গাঁও আদিকে ধৰি প্ৰায় ১০-১২ খন গাঁও ।