Surprise Me!

জোনাইত বানত ক্ষতিগ্ৰস্ত পৰিয়াললৈ ১ লাখ ২০ হাজাৰ টকাকৈ চৰকাৰী এককালীন সাহায্য ঘোষণা

2026-06-30 1 Dailymotion

জোনাই বিধানসভা সমষ্টিৰ কেইবাটাও অঞ্চলত বানে তাণ্ডৱৰ সৃষ্টি কৰিছে ৷ সোমবাৰে জোনাইৰ বহুকেইটা বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰে মন্ত্ৰী কেশৱ মহন্ত আৰু সুশান্ত বৰগোহাঁয়ে ।