Surprise Me!

জোনাইত অপৰিৱৰ্তিত বান পৰিস্থিতি; সাহায্য নাপাই হাহাকাৰ বানপীড়িতৰ

2026-06-22 1 Dailymotion

মালভোগ মিচিং গাঁৱত শৈলবান্ধ ছিগি যোৱাৰ আশংকাত বিনিদ্ৰ ৰজনী কটাইছে ৰাইজে । প্ৰশাসনে কোনো সাহায্য নিদিয়াৰ অভিযোগ ।