শিক্ষক-শিক্ষাৰ্থীৰ সম্পৰ্কত পুনৰ কালিমা সানিলে প্ৰধান শিক্ষকে ৷ নলবাৰীৰ বাঁহজানীৰ দক্ষিণ জানিগোগ প্ৰাথমিক বিদ্যালয়ৰ চৌহদত উত্তপ্ত পৰিস্থিতি ৷