Surprise Me!

কাজিৰঙাত ভাৰতৰ প্ৰথমটো উপগ্ৰহ-টেগযুক্ত গংগা ছফ্টশ্বেল কাছ মুকলি

2026-05-15 2 Dailymotion

অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত এই ঐতিহাসিক সাফল্যৰ কথা উল্লেখ কৰি এটা পোষ্ট দিছে ।