বঢ়মপুৰৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনত চাঞ্চল্যকৰ ঘটনা । বিনাদোষতে ষষ্ঠ শ্ৰেণীৰ ছাত্ৰক নিৰ্দয়ভাৱে প্ৰহাৰৰ অভিযোগ বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিৰ বিৰুদ্ধে ।