Surprise Me!

কুঁহিয়াৰৰ ৰস বিক্ৰী কৰি জীপাল কৰিছে নিজৰ জীৱন, উদ্যমী মহিলাৰ ব্যতিক্ৰমী প্ৰয়াস

2026-06-04 36 Dailymotion

কুঁহিয়াৰ ৰস বিক্ৰী নিজৰ লগতে আন দহ গৰাকীক আগবঢ়াই নিছে উদ্যমী মহিলা । ডেৰ বছৰ পূৰ্বে বেলেগৰ পৰা টকা ধাৰলৈ লৈ আৰম্ভ কৰিছিল ব্যৱসায় ।