Surprise Me!

নিৰ্বাচনৰ ধামখুমীয়াৰ মাজতো জীৱন সংগ্ৰাম : শ্ৰমজীৱী মহিলাৰ নাই ভোটদানৰ প্ৰতি বিশেষ মোহ

2026-04-04 3 Dailymotion

"আমাক কাম কৰি দিয়া এজন ভাল মানুহ লাগে । কোনো সুবিধা পোৱা নাই বাবেই এই বয়সতো বেপাৰ কৰি খাবলগীয়া হৈছে ।" এয়া মনৰ ক্ষোভ ৷