হিমালয়ৰ পৰিৱেশ সংৰক্ষণত খিলঞ্জীয়া মহিলাৰ ভূমিকা সন্দৰ্ভত মাকুমৰ নিলাক্ষী মৰাণৰ বিশেষ গ্ৰন্থ ৷ আন্তঃৰাষ্ট্ৰীয় প্ৰকাশক Springer Nature-ৰ দ্বাৰা প্ৰকাশিত গ্ৰন্থখনৰ মূল্য ১৭ হাজাৰ টকা ৷