Surprise Me!

সাহিত্য সভাত ব্যাপক বিত্তীয় অনিয়ম? ধনৰ বোজাকলৈ দ্বৈত মত

2026-06-08 1 Dailymotion

অসম সাহিত্য সভাৰ গুৱাহাটী পঞ্চৰত্ন অধিৱেশনত ব্যাপক বিত্তীয় অনিয়ম । উক্ত অধিৱেশনৰ ধনৰ বোজা নলয় অসম সাহিত্য সভাই । পাঁচ জনীয়া তদন্ত সমিতি গঠন ।