ধুবুৰী POCSO আদালতৰ গুৰুত্বপূৰ্ণ ৰায় ৷ নাবালিকাক অপহৰণ আৰু ধৰ্ষণৰ গোচৰত এটা অভিযুক্তক ১০ বছৰৰ সশ্ৰম কাৰাদণ্ড বিহে আদালতে ৷