Surprise Me!

দুই লাখ চাকৰিয়ে নিবনুৱা সমস্যা সমাধান নকৰে: মন্ত্ৰী পীযুষ হাজৰীকা

2026-06-09 5 Dailymotion

নগাঁৱত মন্ত্ৰী পীযুষ হাজৰীকা ৷ জিলাখনত চলি থকা বিভিন্ন বিভাগৰ কাম-কাজৰ পৰ্যালোচনা কৰে মন্ত্ৰীগৰাকীয়ে ৷