Surprise Me!

শিল্প সাধনাই যাৰ জীৱনৰ ব্ৰত, নিশান্তৰ নিপুন হাতৰ পৰশত প্ৰাণ পাইছে অসমৰ কৃষ্টি-সংস্কৃতিয়ে

2026-06-10 39 Dailymotion

শৈশৱৰ পৰাই শিল্পৰ প্ৰতি আকৰ্ষণ থকা গুৱাহাটী মহানগৰীৰ উজানবজাৰৰ যুৱ শিল্পী নিশান্ত মল্ল বুজৰবৰুৱাই নিজৰ কল্পনা আৰু সৃষ্টিশীলতাক বাস্তৱ ৰূপ দিয়াৰ প্ৰয়াস অব্যাহত ৰাখিছে ।