এই কৰ্মৰ জৰিয়তে তেওঁ মনত লাভ কৰিছে প্ৰশান্তি ৷ গুৰু আসনৰ লগতে তেওঁ নিৰ্মাণ কৰি আহিছে সিংহ, কলচী, ম’ৰা চৰাই আদি ৷