Surprise Me!

শিক্ষকৰ প্ৰহাৰত আহত ছাত্ৰ, জাঙুৰ খাই উঠিল অভিভাৱক

2026-06-10 4 Dailymotion

ধুবুৰীৰ খেদাইমাৰী বিদ্যালয়ত শিক্ষকৰ প্ৰহাৰত সপ্তম শ্ৰেণীৰ ছাত্ৰ আহত । অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়া ।