মৰিয়নীত অসমৰ পথ নিৰ্মাণৰ দায়িত্ব নাগালেণ্ড চৰকাৰক প্ৰদান কৰাত ষড়যন্ত্ৰৰ গোন্ধ পাইছে সচেতন ৰাইজে । আদিবাসী ছাত্র সন্থাৰ তীব্ৰ প্ৰতিবাদ ।