নগাই অসমৰ মাটিত বন্ধ কৰা জব কাৰ্ডৰ কাম পুনৰ আৰম্ভ । মৰিয়নী নাগাজাংকাত আদিবাসী ছাত্ৰ সন্থাৰ সজাতি দল । উপস্থিত অসম আৰক্ষী, চিআৰপিএফ ।