Surprise Me!

আদালতৰ নিৰ্দেশত পুনৰ প্ৰশস্ত উচ্ছেদৰ পথ; বনভূমিত শীঘ্ৰে চলিব উচ্ছেদ

2026-06-10 14 Dailymotion

আদালতৰ নিৰ্দেশৰ পিছত এতিয়া গোলাঘাট জিলাৰ নামবৰ বনাঞ্চলৰ ১৫ বিঘা ভূমি, দৈয়াং সংৰক্ষিত বনাঞ্চলৰ ৩৫ হেক্টৰ মাটি উচ্ছেদৰ পিছত ঘূৰাই পাব ।