Surprise Me!

'বাঁহ' শিল্পক জিআই টেগ প্ৰদানত উৎফুল্লিত অসমৰ কুটীৰশিল্পী, চৰকাৰক ধন্যবাদ দিলে শিল্পীয়ে

2026-06-17 2 Dailymotion

বাঁহ-বেতৰ কাম কৰিও পৰিয়াল পোহপাল দিব পাৰি, নৱপ্ৰজন্মই কুটীৰশিল্পত গুৰুত্ব প্ৰদানৰ প্ৰয়োজন ৷ এই মন্তব্য কুটীৰশিল্পী অবিনাশ হাজৰিকাৰ ৷